Telegram Group | |
Whatsapp Group |
Post Name | JAA |
Total Posts | 331 Posts |
Organization | APSC |
Exam Type | Screening Test |
Exam Date | 31st July 2022 |
Admit Card Status | Released |
Release Date | 25th July 2022 |
APSC Admit Card 2022
অসম লোকসেৱা আয়োগ প্ৰতিষ্ঠাৰ অধীনত ১৭ টা কনিষ্ঠ প্ৰশাসনিক সহায়ক (জে এ এ) পদত নিযুক্তিৰ বাবে অ’ এম আৰ ভিত্তিক স্ক্ৰীনিং টেষ্ট সন্দৰ্ভত এক আনুষ্ঠানিক অধিসূচনা প্ৰকাশ কৰিছে অসম লোকসেৱা আয়োগে। অধিসূচনা অনুসৰি এ পি এছ চিৰ অফিচিয়েল পৰ্টেলৰ জৰিয়তে ৪ৰ পৰা ৩০ এপ্ৰিল ২০২২ৰ ভিতৰত জে এ এৰ ১৭টা পদৰ বাবে অনলাইন আবেদন দাখিল কৰা প্ৰাৰ্থীসকলে, ৩১ জুলাই ২০২২ তাৰিখে অ’ এম আৰ ভিত্তিক স্ক্ৰীনিং টেষ্টৰ বাবে হাজিৰ হ’ব লাগিব। এ পি এছ চিয়ে চৰ্টলিষ্ট কৰা প্ৰাৰ্থীসকলক ২০২২ চনৰ ২৫ জুলাইত এডমিট কাৰ্ড প্ৰদান কৰিব আৰু তেওঁলোকে অফিচিয়েল পৰ্টেলৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।
APSC Admit Card Details:
Name of Post: Junior Administrative Assistant
No of Posts: 17 Posts
Name of Organization: Assam Public Service Commission
Type of Exam: Screening Test (OMR Based)
Date of Exam: 31st July 2022
Timing of Exam: 10 AM to 12 Noon
Subject of Exam: General Studies (OMR)
Venue of Exam: This information will be on admit card.
Status of Admit Card: Released
Release Date of Admit Card: 25th July 2022
Helpline: [email protected]
How to Download APSC Admit Card?
কনিষ্ঠ প্ৰশাসনিক সহায়ক নিযুক্তিৰ বাবে অনলাইন আবেদন দাখিল কৰা প্ৰাৰ্থীসকলে আনুষ্ঠানিকভাৱে প্ৰকাশ পোৱাৰ পিছতে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। পৰীক্ষাত উপস্থিত হ’বলৈ হ’লে পৰীক্ষা কেন্দ্ৰলৈ যোৱাৰ সময়ত পৰীক্ষাৰ্থীসকলে এডমিট কাৰ্ড এখন প্ৰিন্ট-আউট লৈ আহিব লাগিব। প্ৰাৰ্থীসকলে অফিচিয়েল প’ৰ্টেলৰ পৰা নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব বা তালিকাভুক্ত পদক্ষেপসমূহ মানি চলি এডমিট কাৰ্ড লাভ কৰিব পাৰিব।
- Scroll down, and check the Important Link section.
- Click on the Download APSC Admit Card link.
- Now, an official web portal will load in the new tab of your browser.
- In that portal, you will get a login form.
- In that form, enter your Roll Number, Date of Birth and click on Submit.
- After that you will get an option to download the admit card.
- Now, click on that option and download admit card.
Important of APSC Admit Card 2022:
Download APSC Admit Card | |
List of Shortlisted Candidates | |
JAA Exam Syllabus | |
Download Exam Notice | |
Visit Official Website |