Important MCQs On Environmental Science for Any Competitive Exam

Important MCQs On Environmental Science for Any Competitive Exam

Telegram Group

JOIN NOW

Whatsapp Group

JOIN NOW



Here are some of the Important MCQs on Environment, which is very common for many competitive exams and may also be very important for Assam Direct Recruitment Grade III and Grade IV and other exams.

For All Types of Competitive Exams

1. তলত দিয়া কোনবিধ সম্পদ নবীকৰণযোগ্য


(ক) বক্সাইট

(খ) ইউৰেনিয়াম

(গ) বায়ুত থকা অক্সিজেন

(ঘ) কয়লা


Ans: (গ)


2. পেট্ৰ'ল আৰু ডিজেল হৈছে—


(ক) নৱীকৰণ যোগ্য শক্তিৰ উৎস 

(খ) প্ৰদূষণ নকৰা শক্তিৰ উৎস

(গ) শক্তিৰ মুখ্য উৎস

(ঘ) নৱীকৰণ অযোগ্য শক্তিৰ উৎস


Ans: (ঘ)


3. ভাৰতৰ কোনখন তৈলক্ষেত্ৰত খাৰুৱা তেলৰ সৰ্ববৃহৎ

ভাণ্ডাৰ আছে?


(ক) অংকলেশ্বৰ

(খ) বোম্বে হাই

(গ) কালোল

(ঘ) নাহৰকটীয়া


Ans: (খ)


4. জলমণ্ডলৰ শতকৰা কিমান ভাগত মহাসাগৰ আছে ?


(ক) ৭০%

(খ) ৯৭%

(গ) ৬০%

(ঘ) ৫০%


Ans: (খ)


5. তলত দিয়া কোনবিধ সঁজুলিৰে ভূমিকম্পৰ প্ৰবলতা জোখা হয় ?

(ক) থাৰ্মমিটাৰ

(খ) পাইৰ 'মিটাৰ

(গ) বেৰ 'মিটাৰ

(ঘ) ৰিটাৰ স্কেল


Ans: (ঘ)


6. অ'জন এবিধ


(ক) গেছ

(খ) তৰল পদাৰ্থ

(গ) গোটা পদাথ

(ঘ) সুগন্ধি দ্রব্য


Ans: (ক)

7. জৈব গেছ (Biogas) -


(ক) এবিধ প্রাকৃতিক গেছ

(খ) গেছ এজেঞ্চিত যোগান ধৰা হয়

(গ) মাটি খান্দি উলিয়াব পাৰি

(ঘ) এবিধ প্ৰদূষণমুক্ত ইন্ধন


Ans: (ঘ)

8. অ'জন স্তৰ —-------- ৰ    দ্বাৰা হ্রাস পায়


(ক) ধুঁৱলি

(খ) ছালফাৰ ডাই-অক্সাইড

(গ) কার্বন মন'ক্সাইড

(ঘ) ক্লৰ 'ফুৰ' কাৰ্বন


Ans: (ঘ)


9. মেট্ৰ'পলিটান নগৰীত বায়ু প্ৰদূষণৰ বৃহৎ উৎসটো


(ক) যান-বাহন

(খ) কীটনাশক

(গ) কয়লা দহন

(ঘ) উদ্যোগ


Ans: (ক)


10. পনীৰ উপস্থিতিত অবায়বিক বেক্টেৰিয়াৰ সহায়ত পচন ঘটাই উৎপন্ন কৰা গোবৰ গেছ কি?


(ক) এবিধ প্ৰদূষণমুক্ত জৈৱ গেছ

(খ) এবিধ প্ৰদূষণকাৰী কিন্তু কাৰ্যক্ষম জীৱাশ্ম ইন্ধন

(গ) এবিধ প্ৰদূষণমুক্ত জীবন 

(ঘ) গৰুৰ গোহালীৰ পৰা নিৰ্গত হোৱা এবিধ বিষাক্ত গেছ


Ans: (ক)


11. জৈৱ গেছ হৈছে এবিধ প্ৰদুষণমুক্ত ইন্ধন, ইয়াৰ প্ৰধান উপাদান হৈছে?


(ক) ক্ল'ৰিন, ফ্ল'ৰিন, ব্ৰ'মিন

(খ) হাইড্ৰ'জেন, অক্সিজেন, নাইট্ৰ'জেন

(গ) হাইড্রজেন, কার্বন ডাই-অক্সাইড, নাইট্ৰ'জেন 

(ঘ) মিথেন, কার্বন ডাই-অক্সাইড, হাইড্ৰ'জেন আৰু হাইড্ৰ'জেন ছালফাইড


Ans: (ঘ)


12. পৃথিৱীত আটাইতকৈ বেছি পৰিমাণে থকা জীৱাশ্ম ইন্ধন হৈছে—


(ক) কয়লা

(খ) পেট্রলিয়াম

(গ) প্রাকৃতিক গেছ

(ঘ) ইউৰেনিয়াম


Ans: (ক)


13. কুইক চিলভাৰ কি?


(ক) পাৰা

(খ) এলুমিনিয়াম

(গ) ৰূপ

(ঘ) চূণ


Ans: (ক)


14. সূৰ্যৰ অতিবেঙুনী ৰশ্মিৰ কাৰণে কি বেমাৰ হ'ব পাৰে ?


(ক) চৰ্ম কৰ্কট ৰোগ

(খ) স্নায়ুৰোগ

(গ) চকুৰ ৰোগ

(ঘ) অস্থিৰোগ


Ans: (ক)


15. বৃক্ষৰোপণক কোৱা হয় 


(ক) সামাজিক বননিকৰণ

(খ) কৃষিজ বননীকৰণ

(গ) বননীকৰণ

(ঘ) নিৰ্বননীকৰণ


Ans: (গ)


16. নিৰ্বননীকৰণে সাধাৰণতে কি হ্ৰাস কৰে ?


(ক) বৃষ্টিপাত

(খ) গোলকীয় উষ্ণতা

(গ) ভূমিক্ষয়

(ঘ) খৰাং


Ans: (ক)


17. এন্থ্ৰাচাইটত কাৰ্বনৰ পৰিমাণ শতকৰা কিমান ?


(ক) ৬৫%

(খ) ৭৮%

(গ) ৫%

(ঘ) ৯৯%


Ans: (গ)


All the above Questions are discussed in this video. Please click on the Video to Watch the complete class.


ওপৰোক্ত সকলো প্ৰশ্ন এই ভিডিঅ'টোত আলোচনা কৰা হৈছে।  সম্পূৰ্ণ Class চাবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰক।


Post a Comment

Previous Post Next Post